স্পৰ্শ Poem by Khammoun Phukan

স্পৰ্শ

Rating: 5.0

চুই চোৱাৰ হেঁপাহ আছিল
হেঁপাহবোৰ হেনো চিকুণাই ৰখা চোতালত গজা
দূবৰি বনৰ গজালিৰ দৰে

পৃথিৱীৰ কেঁচাবৰণীয়া গোন্ধ এটাই
মতলীয়া কৰা আবেগে আঁকে
বহুতো ঋতুৰ ছবি,
ঠিকনাবিহীন গতিৰ নৈখনে
বুকুত কঢ়িয়াই লৈ ফুৰে
স্পৰ্শৰ এটি অস্ফুট নিৰ্মল আনন্দ ।

Friday, November 27, 2015
Topic(s) of this poem: life,love and art
COMMENTS OF THE POEM
Kumarmani Mahakul 27 November 2015

Very amazing poem drafted and shared on love and art topic. Amazing.10

0 0 Reply
Khammoun Phukan 27 November 2015

Published in Prantik

0 0 Reply
Khammoun Phukan 27 November 2015

Published in Assamese magazine Prantik

0 0 Reply
READ THIS POEM IN OTHER LANGUAGES
Close
Error Success