Jyotishman Das

Rookie [Shyamolima] (06-09-1995 / Dhakuakhana, Lakhimpur, Assam, India)

বিবৰ্তন

মই যেতিয়া সৰু আছিলো,
দেউতাই মোক ৰংবোৰেৰে চিনাকি কৰি দিছিল
মোক বোকোচাত লৈ আকাশখনলৈ আঙুলিয়াই কৈছিল,
'আকাশখন নীলা',
গছবোৰ সেউজীয়া

মই ভালপাইছিলো,

[Report Error]