Manabjyoti Nath

Rookie (Morigaon, Assam)

Prahari

জোনাকে বাগৰ দিয়া পুখুৰিতোত
তেওঁ মৰম পুহিছে
বাৰিখা বা খৰাং বুলি তেওঁৰ
বুকু খন দুৰু দুৰু কৈ নকপে ....
আহিনে এবাৰ তেওঁক কোৱা মনত আছে-
'মই সপোন নহ'ই, সম্ভবনা হে '
তেতিয়াৰ পৰাই তেওঁ প্ৰয়োজনত হৃদয়খন
জ্বলাই মৰমবোৰক প্ৰতিপালন কৰে

[Report Error]