Maya Angelou

(4 April 1928 - 28 May 2014)

Still I Rise - Poem by Maya Angelou

You may write me down in history
With your bitter, twisted lies,
You may tread me in the very dirt
........................
........................
read full text »


Comments about Still I Rise by Maya Angelou

  • Dhiren Doley (5/7/2017 8:59:00 AM)


    মই তথাপি উদয় হম
    মূল: মায়া এঞ্জেলো অনুবাদ: ধীৰেন দলে

    তোমাৰ ঘৃনাভৰা কলম আৰু বিকৃত মিথ্যাৰে
    মোক ইতিহাসৰ পাতত লিপিবদ্ধ কৰিব পাৰা,
    তুমি মোক আবৰ্জনাৰ মাজত গচকি পেলাব পাৰা
    কিন্তু তথাপি ধুলি উৰাদি মই পুনৰ উদয় হম।

    কি মোৰ চঞ্চলতাই বেজাৰ দিয়ে তোমাক?
    তুমি কিয় গুমোঠা মাৰিছা?
    কাৰণ মই এনেকৈ চলা-ফিৰা কৰোঁ মই যেন
    মোৰ বৈঠকখানাতে তেলৰ খনি পায় নিষ্কাশন কৰোঁ।

    গভীৰ আত্মপ্ৰত্যয়েৰে,
    ঠিক জোন আৰু বেলিৰ দৰে,
    ঠিক আশা প্ৰবাহিত হোৱাৰ দৰেই
    মোৰ পুনৰ উত্থান হব।

    মোৰ বিচূৰ্ণাৱস্থা চাব খুজিছিলা?
    অৱনমিত শিৰ আৰু নত হোৱা চকু?
    অশ্ৰুবিন্দুৰ দৰে মোৰ কান্ধ স্খলিত।
    প্ৰাণপূৰ্ণ ক্ৰন্দনত নিশকতীয়া।

    কি মোৰ অভিমানে তোমাক বিৰক্ত কৰে?
    তুমি জানো ইয়াক বৰ কঠিন বুলি নেভাৱা
    কিয়নো মই এনেকৈ হাঁহো যেন
    মোৰ পিছ চোতালত সোনৰ খনি পায় খনন কৰোঁ।

    তোমাৰ বাক্যবানেৰে মোক বিদীৰ্ণ কৰিব পাৰা,
    তোমাৰ চকুৰে চাৱনিৰে মোক টোকোৰা কৰিব পাৰা
    তোমাৰ ঘৃনাৰে মোক হত্যা কৰিব পাৰা
    কিন্তু তথাপি, বতাহৰ দৰে মই পুনৰ উৰ্দ্ধগামি হওঁ।

    কি মোৰ যৌনাভিলাসীতাই তোমাক বেজাৰ দিয়ে?
    ই কি তোমাৰ বাবে এক বিস্ময় যেন লাগে
    যে মই এনেকৈ নাচো যেন মোৰ কৰঙ্গনৰ মাজত
    হীৰাৰ খনি আৱিস্কাৰ কৰিলো।

    ইতিহাসৰ সকলো লজ্জাৰ জুপুৰীৰ পৰা
    মই উঠি আহোঁ
    যাতনাৰ বুকুত খুদিত অতীত এটাৰ পৰা
    মই উঠি আহোঁ
    মই এখন শাওঁবৰণীয়া মহাসমুদ্ৰ, ঢৌ চঞ্চলা আৰু বিশাল
    জোৱাৰত মই বহন কৰোঁ ওখ চাপৰ ঢৌ।
    আতঙ্ক আৰু ত্ৰাসৰ ৰাতিবোৰ পিছফালে এৰি আহি
    উঠি আহোঁ মই।
    চমকা এটা দিনৰ পোহৰলৈ
    মই উঠি আহোঁ।
    মোৰ পূৰ্বজসকলে দান কৰা উপহাৰবোৰ লৈ
    ময়েই দাসসকলৰ সপোন আৰু আশা।
    উঠি আহোঁ মই
    উঠি আহোঁ মই
    উঠি আহোঁ মই।
    (Report) Reply

    4 person liked.
    5 person did not like.
  • (4/27/2017 7:30:00 AM)


    a magnificent poem and very well spoken (Report) Reply

  • Ernest Hilary (4/20/2017 9:50:00 PM)


    Well penned. Thanks for sharing (Report) Reply

  • (4/19/2017 1:31:00 AM)


    You may write me down in history
    With your bitter, twisted lies,
    I don't care coz im a phenomenal woman; D
    (Report) Reply

  • Oratile Diratsagae (4/14/2017 11:46:00 PM)


    this is so good. peace (Report) Reply

  • (4/13/2017 2:38:00 AM)


    like moon, star, sun, hope, air, dust, tide she rises.wonderful thought of robust confidence amidst hundreds of hundred
    year-old stumbling blocks. Inequality is the biggest political, social, economic issues.Gender inequality accentuating other half dozen inequality is disintegrating the oneness of humanity.its inteleectual and emotional and spiritual capacity.Man chauvinism, colour prejudice, caste intolerance, status arrogance, to be studied optimally.
    (Report) Reply

  • Victoria Aquilina (4/9/2017 7:02:00 PM)


    one of my favorite poems (Report) Reply

  • Oratile Diratsagae (4/4/2017 8:31:00 AM)


    nice 1 (Report) Reply

  • Plabita Bhaskar (3/27/2017 3:06:00 AM)


    Beautiful poetry... the words are so well versed it simply penetrates my heart, inspiring for a new beginning. loved it! ! (Report) Reply

  • Nanda Kishore (3/17/2017 12:19:00 PM)


    nice poem...
    heart touching...
    (Report) Reply

  • (3/15/2017 12:59:00 PM)


    nice poem (Report) Reply

  • Shaivi Know It All (3/10/2017 9:14:00 AM)


    This is a very inspiring poem. (Report) Reply

  • Shaivi Know It All (3/10/2017 9:12:00 AM)


    I am impressed. Literally (Report) Reply

  • (3/7/2017 11:51:00 AM)


    Impressed. (Report) Reply

  • (3/5/2017 7:21:00 AM)


    Wat a poem...... Inspired..... (Report) Reply

  • Sarwesh Tiwari (3/3/2017 7:46:00 PM)


    Wow...inspiring.. (Report) Reply

  • Awesome Nick (2/23/2017 7:23:00 AM)


    The fallen will rise again (Report) Reply

  • Awesome Nick (2/23/2017 7:20:00 AM)


    Words for the haters
    Who want to see one fall
    They forgot nothing last forever
    (Report) Reply

  • (2/19/2017 3:41:00 PM)


    This poem raises my soul. It is the very voice of triumph. (Report) Reply

    Shaivi Know It All Shaivi Know It All (3/10/2017 9:13:00 AM)

    It does

    Shaivi Know It All Shaivi Know It All (3/10/2017 9:12:00 AM)

    It is.

  • (2/19/2017)


    Beautifully inspiring! (Report) Reply



# 2 poem on top 500 Poems

User Rating:
4,4 / 5 ( 2,436 votes ) 847







[Report Error]