Take me away take me away
The road whispers to the moon
And I follow the lane that takes to your home.
...
who not knows
life begins with whispering of bloods
blood cells jingle and mingle jump and play
...
মইতো পাহৰিছো
ক্ৰমশঃ পাহৰি আহিছো
পাহৰিবৰ চেষ্টা কৰিছো
দীঘল পথাৰ খনত বাজি থকা সেই সুৰ
...
If you can
Come and touch me
Appeals bygone golden days
...
পাৰা যদি
আহা মোক চুই যোৱা
পাৰ হোৱা সোনালী দিনে হাত বাউলি মাতে
...