Manabjyoti Nath

Manabjyoti Nath Poems

জোনাকে বাগৰ দিয়া পুখুৰিতোত
তেওঁ মৰম পুহিছে |
বাৰিখা বা খৰাং বুলি তেওঁৰ
বুকু খন দুৰু দুৰু কৈ নকপে ....
...

The Best Poem Of Manabjyoti Nath

Prahari

জোনাকে বাগৰ দিয়া পুখুৰিতোত
তেওঁ মৰম পুহিছে |
বাৰিখা বা খৰাং বুলি তেওঁৰ
বুকু খন দুৰু দুৰু কৈ নকপে ....
আহিনে এবাৰ তেওঁক কোৱা মনত আছে-
'মই সপোন নহ'ই, সম্ভবনা হে '
তেতিয়াৰ পৰাই তেওঁ প্ৰয়োজনত হৃদয়খন
জ্বলাই মৰমবোৰক প্ৰতিপালন কৰে |
নিশা যেতিয়া আন্ধাৰে কান্দে,
তেওঁ কান্দে...
হঠাৎ তেওঁ সচকিত্ হই,
হৃদয় খন জ্বলাই পুখুৰিটো
পোহৰাই তোলে |
Manabjyoti

Manabjyoti Nath Comments

Manabjyoti Nath Popularity

Manabjyoti Nath Popularity

Close
Error Success