Manabjyoti Nath

Rookie (Morigaon, Assam)

Do you like this poet?
0 person liked.
1 person did not like.


Click here to add this poet to your My Favorite Poets.


Comments about Manabjyoti Nath

There is no comment submitted by members..
Best Poem of Manabjyoti Nath

Prahari

জোনাকে বাগৰ দিয়া পুখুৰিতোত
তেওঁ মৰম পুহিছে |
বাৰিখা বা খৰাং বুলি তেওঁৰ
বুকু খন দুৰু দুৰু কৈ নকপে ....
আহিনে এবাৰ তেওঁক কোৱা মনত আছে-
'মই সপোন নহ'ই, সম্ভবনা হে '
তেতিয়াৰ পৰাই তেওঁ প্ৰয়োজনত হৃদয়খন
জ্বলাই মৰমবোৰক প্ৰতিপালন কৰে |
নিশা যেতিয়া আন্ধাৰে কান্দে,
তেওঁ কান্দে...
হঠাৎ তেওঁ সচকিত্ হই,
হৃদয় খন জ্বলাই পুখুৰিটো
পোহৰাই তোলে |
Manabjyoti

Read the full of Prahari

PoemHunter.com Updates

[Report Error]