নোগোৱা গান Poem by Nirmal Upadhyaya

নোগোৱা গান

পাৰা যদি
আহা মোক চুই যোৱা
পাৰ হোৱা সোনালী দিনে হাত বাউলি মাতে

কিন্তু সেই সাগৰ ঢুকি পাব পৰা কোনো নদী নাথাকে
নাথাকে কোনো ঢৌ খেলি যাব পৰা জাহাজ

কোনো বতাহেও আনিব নোৱাৰে সেই বসন্তৰ গান দুনাই

This is a translation of the poem Unsung Song by Nirmal Upadhyaya
Monday, March 13, 2017
COMMENTS OF THE POEM
Close
Error Success